• Timeline Asom

GMCHৰ পৰা মুকলি হ'ল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল




কৰ'ণামুক্ত হোৱাৰ পাছতেই GMCHৰ পৰা মুকলি হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুয়োজন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল

আজি মুকলি আকাশৰ তললৈ আহিব ।


মুক্তিলাভ কৰিলে কৃষক মুক্তিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে ।


‘নিয়া’ৰ গোচৰত দীৰ্ঘদিনে কাৰাগাৰত বন্দী হৈ আছিল দুয়ো।

কাৰাগাৰৰ পৰা ওলায়েই বিস্ফোৰক ৰূপ ধাৰণ কৃষক মুক্তিৰ দুই নেতাৰ…।


গুৱাহাটীৰ পৰা‌ ৰাজ দাসৰ প্ৰতিবেদন টাইমলাইন অসম

7 views0 comments

Recent Posts

See All