• Timeline Asom

Anupam Kher’s mother, brother, sister-in-law and niece: COVID-19 positive


বলীউডৰ অভিনেতা অনুপম খেৰৰ মাতৃ আৰু ভাতৃ কৰণা পজিটিভ ।

এই কথা twiiter যোগে প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।

বলীউডৰ অভিনেতা পৰিয়ালৰ ইজনৰ পিছত সিজন ক'ৰণাত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ।

যোৱা নিশা বিগ বি অমিতাভ বচ্চনৰ পৰিয়াল ক'ৰণাত আক্ৰান্ত হৈছিল।

অনুপম খেৰৰ মাতৃ আৰু ভাতৃক মুম্বাইৰ 'কোকিলাবেন হস্পিতালত 'চিকিৎসাধীন হৈ আছে ।

ইতিমধ্যে অনুপম খেৰ আৰু পৰিয়ালক কোৱাৰেন্টাইন কৰা হৈছে ।

গুৱাহাটী ৰ পৰা ৰাজ দাসৰ প্ৰতিবেদন #timline_assam

10 views0 comments

Recent Posts

See All