• Timeline Asom

বিহালীত এটা পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে ৰাইজে ।

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ নিজ-বিহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৮নং ৱাৰ্ডৰ ৰাংছালী সোণাৰী গাঁৱৰ পৰা কমাৰপুখুৰী সংযোগী পথটোৰ দুৰৱস্থা দেখি একাংশ সচেতনলোকে অসম চৰকাৰলৈ অনুৰোধ জনাই যে অতি সোনকালে উক্ত পথটোৰ মেৰামতি কৰি দিয়ে যেন । বৰ্তমান পথটো বোকাময় পৰিবেশ আৰু পথটোৱেদি মানুহ অহা-যোৱা কৰাত বহু সমস্যাত ভুগিছে স্থানীয় ৰাইজে ।

বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

6 views0 comments

Recent Posts

See All