- Timeline Asom
বিজেপি চৰকাৰৰ জন-বিৰোধী আৰু আক্ৰোশমুলক নীতিৰ বিৰুদ্ধে হোজাইৰ কাকীত প্ৰতিবাদ।
মানৱ শৃংখল কাৰ্যসূচীৰে কা-বিৰোধী নেতাসকলক মুক্তিৰ দাবী প্ৰতিবাদকাৰী সকলৰ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমানেও অব্যাহত আছে ধাৰাবাহিক আন্দোলন আৰু প্ৰতিবাদ। হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাকী চাৰিআলিত মানৱ শৃংখল কাৰ্যসূচীৰে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰক উন্নত চিকিৎসা প্ৰদানৰ লগতে মুক্তি দিয়াৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।
ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইমলাইন অসম
8 views0 comments