- Timeline Asom
অৱসৰ গ্ৰহণ এম এছ ধোনীৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে এম এছ ধোনীয়ে

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ অৱসৰ। স্বাধীনতা দিৱসৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ছ’চিয়েল মিডিয়াযোগে সদৰী কৰিলে মহান ক্ৰিকেটাৰগৰাকীয়ে। "অশেষ ধন্যবাদ মোক মৰম, ভালপোৱা আৰু সমৰ্থন জনোৱাৰ বাবে" - ইনষ্টাগ্ৰামত তেওঁ জনায়। সন্ধিয়া ৭.২৯ বজাৰ পৰা তেওঁ অৱসৰ ঘোষণা কৰে।
12 views0 comments