• Timeline Asom

অসমৰ খেলুৱৈয়ে আই পি এলত স্থান লাভ কৰিছে

ভালখবৰঃ অসমৰ খেলুৱৈয়ে আই পি এলত স্থান লাভ কৰিছে নেট বলাৰ হিচাপে

অসমৰ চাৰি জন প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰে ডুবাইত অনুষ্ঠিত হ'বলগীয়া আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে । আইপিএলৰ ৰাজস্থান ৰয়েলছে নিৰ্বাচিত কৰা খেলুৱৈ সকল হ’ল জিতুমনি কলিতা, ৰাহুল সিং আৰু মৃন্ময় দত্ত । জিতুমনি কলিতা লক্ষীমপুৰৰ, ৰাহুল সিং আৰু মৃন্ময় দত্ত শিলচৰৰ।

আনহাতে হায়দৰাবাদ চানৰাইজাৰ্চে নিৰ্বাচন কৰে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক ।

20 views0 comments